দক্ষিণাদক্ষিণানিল

দক্ষিণা বতাহ (Assamese) [ Roman: do.khyi.na bo.tah]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-07
1. (Proper Noun) The frgrant breeze blowing from the south-west at the beginning of the spring. It is believed that the Malaya breeze blows from the Pochimghaat hill nearby Bombay (Mumbai). বসন্তৰ আৰম্ভণিৰেপৰা দক্ষিণ দিশৰপৰা বলা সুগন্ধি আৰু শীতল বতাহ | ভাৰতৰ দক্ষিণ-পছিমে বোম্বাই (বৰ্তমানৰ মুম্বাই) প্ৰদেশত থকা পছিমঘাট পৰ্ব্বতৰ উত্কৃষ্ট চন্দন কাঠৰ সুগন্ধ লৈ অহা ধীৰ বতাহ |